Video thumbnail for PM Kisan eKYC কেনেকৈ কৰিব ? CSC পৰা eKYC নকৰিলে টকা নাপাব | Full Process 2026

PM Kisan eKYC কেনেকৈ কৰিব ? CSC পৰা eKYC নকৰিলে টকা নাপাব | Full Process 2026

Feb 11, 2026
PM Kisan যোজনাৰ সকলো হিতাধিকাৰী বাবে eKYC বাধ্যতামূলক । যদি আপুনি এতিয়াও PM Kisan eKYC সম্পূৰ্ণ নকৰে, তেন্তে আপোনাৰ একাউণ্টত টকা বন্ধ হ’ব পাৰে। এই ভিডিঅ’টোত মই দেখুৱাইছোঁ 👇 👉 CSC Center পৰা PM Kisan eKYC কেনেকৈ কৰিব 👉 কিমান টকা লাগে 👉 কি কি ডকুমেণ্ট লাগে 👉 eKYC নকৰিলে কি সমস্যা হ’ব 👉 আপোনাৰ নাম beneficiary list ত আছে নে নাই কেনেকৈ চাব 📌 জৰুৰী কথা eKYC নকৰিলে পৰৱৰ্তী PM Kisan কিস্তি নাপাব । 🌍 Website: https://www.digitalassam.in.net/2025/07/pm-kisan-20th-installment-assamese-2025.html 🆁🅴🅻🅰🆃🅴🅳 🆅🅸🅳🅴🅾'🆂 ▶️ PM Kisan Ekyc: https://youtu.be/vt4gRA4PgP4 ▶️ PM Kisan New Registration 2026: https://youtu.be/zM8oY6tTg-A