PM Kisan eKYC কেনেকৈ কৰিব ? CSC পৰা eKYC নকৰিলে টকা নাপাব | Full Process 2026
Feb 11, 2026
PM Kisan যোজনাৰ সকলো হিতাধিকাৰী বাবে eKYC বাধ্যতামূলক ।
যদি আপুনি এতিয়াও PM Kisan eKYC সম্পূৰ্ণ নকৰে, তেন্তে আপোনাৰ একাউণ্টত টকা বন্ধ হ’ব পাৰে।
এই ভিডিঅ’টোত মই দেখুৱাইছোঁ 👇
👉 CSC Center পৰা PM Kisan eKYC কেনেকৈ কৰিব
👉 কিমান টকা লাগে
👉 কি কি ডকুমেণ্ট লাগে
👉 eKYC নকৰিলে কি সমস্যা হ’ব
👉 আপোনাৰ নাম beneficiary list ত আছে নে নাই কেনেকৈ চাব
📌 জৰুৰী কথা
eKYC নকৰিলে পৰৱৰ্তী PM Kisan কিস্তি নাপাব ।
🌍 Website: https://www.digitalassam.in.net/2025/07/pm-kisan-20th-installment-assamese-2025.html
🆁🅴🅻🅰🆃🅴🅳 🆅🅸🅳🅴🅾'🆂
▶️ PM Kisan Ekyc: https://youtu.be/vt4gRA4PgP4
▶️ PM Kisan New Registration 2026: https://youtu.be/zM8oY6tTg-A
Show More Show Less 
