Music

🎧 জীৱনৰ পথ কেতিয়াবা কঠিন 🎧 My New Song 🎧 Use Headphone 🎧 motivation song
🎧 জীৱনৰ পথ কেতিয়াবা কঠিন 🎧 My New Song 🎧 Use Headphone 🎧 motivation song 🎵 Lyrics: জীৱনৰ পথ কেতিয়াবা কঠিন, আকাশো দেখা নাযায় কুঁৱলীৰ চহিন । কিন্তু আশা হ’ল চিৰআলোৰে দীপ, নিভা নেদি আগবাঢ়, হৃদয়ত ৰখ বিশ্বাসৰ সিপ । সম্পূৰ্ণ Lyrics টো তলত দিয়া Website পাব